Railway Recruitment 2021 :---
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে । প্ৰাৰ্থীসকলে ৩০ নৱেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব । মানে Last Date :--- 30/11/20021
সম্প্ৰতি Southern Railway ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি স্প’ৰ্টছ কোটাৰ বিভিন্ন পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব । এই বিষয়ে আৰু বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে Southern Railway ৰ অফিচিয়েল ৱেবছাইট rrcmas.in লৈ গৈ চাব পাৰিব ।
আবেনৰ তাৰিখ :
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে । প্ৰাৰ্থীসকলে ৩০ নৱেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব । অফিচিয়েল ৱেবছাইটত আবেদনপত্ৰ উপলব্ধ হ’ব । এই সংক্ৰান্তীয় নিয়মীয়া কোনো সালসলনি অনা হ’লে সেয়া জাননিযোগে প্ৰাৰ্থীসকলক জনোৱা হ’ব ।
খালী পদৰ সংখ্যা :
প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ মুঠ ২১টা খালী পদ আছে বুলি জনোৱা হৈছে ।সম্পূৰ্ণ তথ্য :
|
প্ৰতিষ্ঠান |
Southern Railway |
|
পদৰ নাম |
স্প’ৰ্টছ কোটাৰ বিভিন্ন পদ |
|
খালী পদৰ সংখ্যা |
২১ |
|
কৰ্মৰ স্থান |
জনোৱা হোৱা নাই |
|
কামৰ ধৰণ |
চৰকাৰী |
|
নিৰ্বাচন পদ্ধতি |
জনোৱা হোৱা নাই |
|
আবেদন প্ৰক্ৰিয়া আৰম্ভ |
চলি আছে |
|
শিক্ষাগত অৰ্হতা |
জনোৱা হোৱা নাই |
|
দৰমহা |
জনোৱা হোৱা নাই |
|
আবেদন পদ্ধতি |
অনলাইন আৰু অফলাইন |
|
আবেদনৰ শেষ দিন |
৩০–১১–২০২১ |
আবেদনৰ যোগ্যতা
উল্লেখিত পদত আবেদনৰ বাবে আবেদনৰ যোগ্যতা, বেতনক্ৰম আদিৰ বিষয়ে জানিবলৈ এই লিংকত https://rrcmas.in/downloads/rrc-sports-en-web.pdf গৈ চাব পাৰিব ।
বয়সৰ সীমা :
উল্লেখিত পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স সৰ্বোচ্চ ২৫ বছৰ আৰু সৰ্বনিম্ন ১৮ বছৰৰ ভিতৰত হ’ব লাগিব।
আবেদন মাচুল :
- জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীসকলৰ বাবে ৫০০ টকা আবেদন মাচুল ধাৰ্য কৰা হৈছে ।
- এছটি, এছচি, পাহাৰীয়া, প্ৰাক্তন চাকৰিজীৱী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ, সংখ্যালঘু বৰ্গৰ প্ৰাৰ্থী আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধীসকলৰ আবেদন মাচুল ২৫০ টকা ।
ক’ত আবেদন কৰিব লাগিব ?
ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰ পূৰণৰ সময়ত প্ৰতিষ্ঠানৰ ঠিকনাত সকলো নথি–পত্ৰ আৰু প্ৰয়োজনীয় চাৰ্টিফিকেটসহ আবেদন প্ৰেৰণ কৰিব পাৰে । আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা – ‘Assistant Personnel Officer, Railway Recruitment Cell, Southern Railway 3rd Floor, No 5 Dr.P.V.Cherian Crescent Road, Egmore, Chennai – 600 008’।
