অসম লোকসেৱাৰ অধিকাৰ আইন, ২০১২ ( ২০১৯ চনৰ সংশোধনী ) মৰ্মে মাধ্যমিক শিক্ষা বিভাগ, দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগকে ধৰি বিভিন্ন বিভাগৰ চৰকাৰী সেৱাসমূহৰ সুবিধা গ্ৰহণ এতিয়া হৈ পৰিছে সহজসাধ্য ৷
চৰকাৰী সেৱাসমূহৰ সুবিধা গ্রহণ কৰা এতিয়া সহজ হৈ পৰিব । ইয়াৰ বিষয় অধিক জানিবলৈ এই Website টো Visit কৰক rtps.assam.gov.in
উপলব্ধ সেৱাসমূহ তলত দয়ো হল -
মাধ্যমিক শিক্ষা বিভাগ
- অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা প্ৰব্ৰজন প্রমাণ পত্র
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৰ দ্বাৰা প্ৰব্ৰজন প্রমাণপত্র
দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগ
- নিয়ােগ বিনিময় কেন্দ্র পঞ্জীয়ন ।
- নিয়ােগ বিনিময় কেন্দ্র পঞ্জীয়ন কার্ড নবীকৰণ
- নিয়ােগ বিনিময় কেন্দ্র পঞ্জীয়ন কার্ড পুনৰ পঞ্জীয়ন
সবিশেষ জানিবলৈ ডায়েল কৰক হেল্পলাইন নম্বৰ ।
১৮০০-৩৪৫-৩৫৭৪
অসম লােকসেৱাৰ অধিকাৰ আইন, ২০১২ (২০১৯ চনৰ সংশােধনী মর্মে)
পঞ্জীয়ন কৰক assam.mygov.in
