পশ্চিমবংগ চৰকাৰে ৰাজ্যখনত গুটখা আৰু পানমছলাৰ প্ৰস্তুত কৰা, বিক্ৰী আৰু বিতৰণ সম্পুৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে ।
ৰাজ্যখনত ৭ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এবছৰৰ বাবে নিষিদ্ধ কৰা হয় গুটখা আৰু পান মছলাৰ বিক্ৰী, বিতৰণ আৰু প্ৰস্তুত কৰা কাৰ্য্য ।
অৱশ্যে এইক্ষেত্ৰত যিবোৰ গুটখা আৰু পানমছলাত চাধা অথবা নিকোটিন জাতীয় উপদানৰ উপস্থিতি থাকে সেইবোৰ গুটখা আৰু পানমছলাৰ বিক্ৰী, বিতৰণে বন্ধ কৰা হৈছে ।
পশ্চিমবংগৰ জনসাধাৰণৰ জনস্বাস্থ্য আৰু জনসাধাৰণৰ শৰীৰত গুটখা, পানমছলা আদিয়ে কৰিব পৰা ক্ষতিৰ কথা বিৱেচনা কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাজ্যখনৰ খাদ্য সুৰক্ষা বিভাগৰ আয়ুক্ত তপন কুমাৰ ৰুদ্ৰই উল্লেখ কৰে ।
পশ্চিমবংগ চৰকাৰে বিভিন্ন পক্ষৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে এবছৰৰ বাবে ৰাজ্যখনত গুটখা-পানমছলা নিষিদ্ধ কৰাৰ সিদ্ধান্তত উপনীত হয় ।

Jancasino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino
ReplyDeleteThe Jancasino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino-Casino. Rating: 우리 계열 더킹 카지노 5 หารายได้เสริม · 카지노 Review 해외야구 by Joe 제왕카지노 지급정지 Booth