Ads Area

এছএছবিত ১১৫ পদত চাকৰিঃ আবেদনৰ অন্তিম তাৰিখ ১৬ আগষ্ট

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত সশস্ত্র সীমা বল (Sashastra Seema Bal) এছ এছ বিত মুকলি হৈছে চাকৰি লাভৰ সুযোগ ৷ 

ssb

অর্হতাসম্পন্ন পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এছ এছ বিৰ SSB- Commandant (Rectt)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে ৷

Head Constable-Ministerial পদসমূহ Group-‘C’ পর্যায়ৰ Head Constable-Ministerial ৰ 

Total Post :----- ১১৫ টা

  1. অসংৰক্ষিত ৪৭টা
  2. আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১টা
  3. অ’ বি চিৰ ২৬টা
  4. এছ চিৰ ২১টা
  5. এছ টি শ্রেণীৰ প্রার্থীৰ বাবে ১০টা

আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব ৷ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা Intermediate/Senior Secondary উত্তীর্ণ হোৱা হ’ব লাগিব ৷

Extra Qualification :-----

  • কম্পিউটাৰত প্রতি মিনিটত ৩৫টা ইংৰাজী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব নাইবা কম্পিউটাৰত প্রতি মিনিটত ৩০ টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব ৷

Per Month Salary :----

মাহে ২৫,৫০০–৮১,১০০ টকা ৷

Fees :---

  1. ১০০ টকা অসংৰক্ষিত
  2. OBC, MOBC আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে নেট Net Banking, Credit Card, Debit Card ৰ মাধ্যমেৰে এছ এছ বিৰ হকে পৰিশোধ কৰিব লাগিব ৷

অৱশ্যে এই মাচুল এ ST SC, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এছ এছ বিৰ ৱেবছাইট www.ssbrectt.gov.in লগ–ইন কৰিব পাৰে ৷ 

Last Date :---- ১৬ আগষ্ট, ২০২১

Tags

Post a Comment

1 Comments
  1. Best Casinos with Slots and Casino Games in the US - Wooricasinos
    With online slots, you can play casino games 나비효과 in the USA without risking any real money. There www.ambienshoppie.com are online casinos that 바카라 사이트 let you play 토토 사이트 slots and wooricasinos.info

    ReplyDelete

Ads Area

close