প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ বিভাগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নিয়োগ বিজ্ঞাপন বিভাগীয় ৱেবছাইট আপলোড কৰিছে ৷
খালী পদসমূহৰ ভিতৰত আছে –
- Tradesman Mate-Erstwhile Mazdoor (330)
- JOA-Erstwhile LDC (20)
- Material Assistant-MA (2)
- MTS (11)
- Fireman (64)
- 255 (I) ABOU Tradesman Mate-Erstwhile Mazdoor (14)
Total Post :--- ৪৫৮ টা
- অসংৰক্ষিত ১৮৮ টা,
- অ’বিচিৰ ১২৩টা,
- এছ চিৰ ৬৮টা,
- এছ টিৰ ৩৪টা
- আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৪৫টা পদ
Education Qualifications :----
Post Name :----
1) Tradesman Mate-Erstwhile Mazdoor পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতি প্রাপ্ত Board/University ৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব ৷ Per Month Salary :---
মাহে ১৮,০০০–৫৬,৯০০ টকা ৷
2) JOA-Erstwhile LDC পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/University ৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব ৷
Per Month Salary :---
মাহে ১৯,০০০–৬৩,২০০ টকা
3) Material Assistant-MA পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী নাইবা চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/University ৰ পৰ Material Management বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব ৷
Per Month Salary :---
মাহে ২৯,২০০–৯২,৩০০ টকা
4) MTS পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/University ৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব ৷
Per Month Salary :---
মাহে ১৮,০০০–৫৬,৯০০ টকা
5) Fireman পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/University ৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব ৷
Per Month Salary :---
মাহে ১৯,০০০–৬৩,২০০ টকা ৷
6) 255 (I) ABOU Tradesman Mate-Erstwhile Mazdoor পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/University ৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব ৷
Per Month Salary :---
মাহে ১৮,০০০–৫৬,৯০০ টকা ৷
আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰ ৷
- বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইট
- www.indianarmy.nic.in/www.ncs.gov.in/
- www.indianarmy.nic.in/
- www.ncs.gov.in
লগ–ইন কৰিব পাৰে ৷ আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২১ ৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন To The Commandant, 41 FAD, PIN – 909741, C/o 56 APO ঠিকনালৈ প্রেৰণ কৰিব লাগিব ৷
For More Information Click On