দেশৰ অৰ্থ ব্যৱস্থাৰ ব্যাপক ক্ষতিসাধন হৈছে কোৰোণা সংক্ৰমণৰ ফলত । বহু লোকে চাকৰি হেৰুৱাইছে কোৰোণা সংক্ৰমণৰ ফলত । বহুলোক এতিয়া সমস্যাত পৰিছে ।
কিন্তু এক সমীক্ষাত অহা বছৰৰ পৰা পৰিস্থিতি ভাললৈ আহিব বুলি দাবী কৰিছে । আগন্তুক বিত্তীয় বৰ্ষত ব্যাপক হাৰত দৰমহা বৃদ্ধি কৰাৰ সম্পৰ্কে চিন্তা-চৰ্চা চলিছে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীৰ সকলৰ । দেশৰ অৰ্থ ব্যৱস্থাৰ ব্যাপক ক্ষতিসাধন হৈছে কোৰোণা সংক্ৰমণৰ ফলত। আগন্তুক বছৰৰ পৰা কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ই-কমাৰ্চ, ফাৰ্মাচিটিক্যল, আইটি আৰু অৰ্থনৈতিক পৰিসেৱাৰ কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ সম্ভাৱনা আছে ।


