Ads Area

নীট–২০২১ পৰীক্ষাঃ ১ আগষ্টত ১১টা ভাষাত হ’ব

চিকিৎসা বিজ্ঞান পাঠ্যক্রমত নামভর্তিৰ প্রৱেশ পৰীক্ষা নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেঞ্চ টেষ্ট, চমুকৈ নীট, ২০২১ পৰীক্ষা অহা এক আগষ্টত অনুষ্ঠিত হ’ব ৷

নীট–২০২১ পৰীক্ষাঃ ১ আগষ্টত ১১টা ভাষাত হ’ব

শনিবাৰে নেচনেল টেষ্টিং এজেঞ্চীয়ে (এন টি এ) নির্দেশনাযোগে এক আগষ্টত নীট, ২০২১ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ লগতে এই পৰীক্ষা ১১টা ভাষাত অনুষ্ঠিত হ’ব ৷

ইংৰাজী, হিন্দীকে ধৰি ১১টা ভাষাত পৰীক্ষা অনুষ্ঠিত হ’ব । কলম আৰু কাগজ আর্হিত অনুষ্ঠিত হ’ব ৷ এন টি এৰ দ্বাৰা আয়োজিত নীট ইউ জিৰ পৰীক্ষাৰ জৰিয়তে দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত এম বি বি এছ/বি ডি এছ পাঠ্যক্রমৰ লগতে আন স্বীকৃতি
প্রাপ্ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমসমূহত নামভর্তি কৰাৰ যোগ্যতা অর্জন কৰে ৷

Post a Comment

0 Comments

Ads Area

close