Ads Area

প্ৰতি মাহে উপাৰ্জন কৰক ৮০,০০০ টকা IRCTC ৰ বুকিং এজেণ্ট হিচাপে

আপুনি অতিৰিক্ত টকা উপাৰ্জন কৰিব বিচাৰে নেকি ? যদি বিচাৰে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ । আপুনি আইআৰচিটিচি (IRCTC) ত বুকিং এজেণ্ট হিচাপে কাম কৰি ৮০,০০০ টকা উপাৰ্জন কৰিব পাৰে। ভাৰতীয় ৰে’লৱেই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত কেটাৰিং সেৱাও আৰম্ভ কৰিছে ।
প্ৰতি মাহে উপাৰ্জন কৰক ৮০,০০০ টকা IRCTC ৰ বুকিং এজেণ্ট হিচাপে

ভাৰতীয় ৰেলৰ মুঠ সংৰক্ষিত টিকটৰ ৫৫ শতাংশ অনলাইনত বুক কৰিব পাৰি । গতিকে আপুনি আইআৰচিটিচিত বুকিং এজেণ্ট হৈ ৮০,০০০ টকা উপাৰ্জন কৰিব পাৰে । বুকিং এজেণ্ট সকলে ৱেটিং লিষ্টৰ পৰা আৰএচিলৈ সকলো টিকট তৎক্ষণাৎ বুক কৰিব পাৰে। ই ভাল কমিছন প্ৰদান কৰে ।

  • IRCTC ৰ এজেণ্ট হিচাপে, আপুনি নন-এ.চি.(Non AC) শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি পি.এন.আৰত 20 টকা লাভ কৰিব । 
  • এচি (AC) শ্ৰেণীৰ ক্ষেত্ৰত, IRCTC এজেঞ্চীয়ে প্ৰতি পি.এন.আৰ.-ত ৪০ টকা উপাৰ্জন কৰিব পাৰে। 
  • ২,০০০ টকাৰ লেনদেনৰ বাবে ১ শতাংশ পোৱা যায় । এনেদৰে, আপুনি বহুক্ষেত্ৰত ৮০,০০০ টকালৈকে উপাৰ্জন কৰিব পাৰে ।

এমাহত ৩০০ তকৈ অধিক টিকটৰ বাবে নিৰ্ধাৰিত বুকিঙৰ বাবে প্ৰতিটো টিকটৰ বাবে ৫ টকা মাচুল লোৱা হ’ব । আইআৰচিটিচি এজেণ্ট হ’বলৈ অনলাইন আবেদন কৰিব পাৰি ।  https://irctcregistration.co.in/  এই Websiter ৰ জৰিয়তে আপুনি IRCTC Agent 
ID Password লাভ কৰিব পাৰিব ।

অনলাইন আবেদন কৰা সময়ত আপুনাক কিছুমান নথিপত্ৰ প্ৰয়োজয় হ’ব ।  যেনে ঃ
  1. ম’বাইল নম্বৰ
  2. ইমেইল আইডি
  3. পেন কাৰ্ড
  4. আধাৰ কাৰ্ড
  5. ফটো
  6. ঠিকনা 
IRCTC অনলাইন আবেদনৰ মাচুল ১ বছৰৰ বাবে ২৫০০ টকা দিব লাগিব ।

Post a Comment

0 Comments

Ads Area

close