Double Exposure Baby Poster Editing Prompt 2026 Gemini & ChatGPT
AI Photo Editing এতিয়া বহুত জনপ্ৰিয় হৈ উঠিছে। বিশেষকৈ Double Exposure Style Movie Poster ডিজাইন সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । এই ধৰণৰ ডিজাইনত এখন ফটোৰ পৰা শিশুৰ তিনিটা ভিন্ন ভিউ দেখুওৱা হয়, যিয়ে এক প্ৰফেচনেল আৰু Cinematic লুক প্ৰদান কৰে ।
What is AI Double Exposure Poster ?
Double Exposure Poster হৈছে এনে এটা ডিজাইন য'ত একেজন ব্যক্তিৰ একাধিক প'জ একেলগে সংযোগ কৰি Movie Poster Style Effect সৃষ্টি কৰা হয় । AI Image Generator ব্যৱহাৰ কৰি কেইছেকেণ্ডমানতে এনে Poster বনাব পাৰি ।
Prompt :
Prompt :
Features of This Poster Style
- Cinematic Movie Poster Look
- Double Exposure Effect
- Ultra Realistic Face Preservation
- High Quality 4K Output
- Professional Studio Lighting
- Social Media Ready Design
- Perfect for Kids Photography
How to Create
- ChatGPT, Gemini বা AI Image Generator খোলক ।
- ওপৰৰ Prompt Copy কৰক ।
- শিশুৰ ফটো Upload কৰক ।
- Prompt Paste কৰি Generate বুটামত ক্লিক কৰক ।
- কেইছেকেণ্ডৰ ভিতৰতে Professional Poster প্ৰস্তুত হৈ যাব ।
Tags: AI Photo Editing, Double Exposure Poster, Baby Poster Prompt, Cinematic AI Photo, ChatGPT Image Prompt, AI Movie Poster, Child Photo Editing, Viral AI Prompt 2026.

0 Comments