IBPS Admit Card 2024
ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল চেলেকচনে আই বি পি এছ চি আৰ পি আৰ আৰ বি ত্ৰয়োদশ প্ৰাৰম্ভিক পৰীক্ষা ২০২৪ৰ এডমিট কাৰ্ড মুকলি কৰিছে । আই বি পি এছ চি আৰ পি আৰ আৰ বি ২০২৪ত ৯৯৯৫ গৰাকী অফিচাৰ স্কেল I, II, III & অফিচ এচিষ্টেণ্টৰ খালী পদত নিযুক্তি দিয়া হৈছে । এই খালী পদৰ বাবে অনলাইন আবেদন দাখিল কৰা প্ৰাৰ্থীসকলে ২০২৪ চনৰ ২ আগষ্টৰ পৰা আই বি পি এছ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ।
আই বি পি এছে ২০২৪ চনৰ ৩, ৪, ১০, ১৭, আৰু ১৮ আগষ্টত আই বি পি এছ আৰ আৰ বি প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিব।২০২৪ চনৰ ছেপ্টেম্বৰ/ অক্টোবৰ মাহত মূল পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ যোগ্য পৰীক্ষাৰ্থীক মাতি অনা হ’ব ।
BPS RRB Admit Card Details
| Name of Post: | Officer (Scale-I, II & III) and Office Assistant (Multipurpose) |
| No of Posts: | 9995 Posts |
| Name of Exam: | Preliminary Examination |
| Mode of Exam: | Online |
| Date of Exam: | August 2024 |
| Admit Card Status: | Released (Office Assistant) |
| Admit Card Release Date: | 2nd August 2024 |
How to Download IBPS Admit Card ?
যিসকল প্ৰাৰ্থীয়ে বিষয়া (স্কেল-I, II & III) আৰু কাৰ্যালয় সহায়ক (বহুমুখী) পদত নিযুক্তিৰ বাবে সাধাৰণ নিযুক্তি প্ৰক্ৰিয়া (চি আৰ পি)ৰ বাবে আবেদন কৰিছে তেওঁলোকে এতিয়া তেওঁলোকৰ এডমিট কাৰ্ড অফিচিয়েল পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব । এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে ।
| ✔ Scroll down, go to Important Web-Link's section. |
| ✔Click on IBPS Admit Card link. |
| ✔ Enter your Registration No / Roll No and Password / DOB(dd-mm-yy) at the required places, Enter Captcha & click on Login button. |
| ✔ Now, your admit card will be downloaded in PDF format. |
| ✔ Take a print out of it and keep it for future purpose. |

