Ads Area

APSC Recruitment 2024 | Apply Online for 02 Electrical Inspector Posts @ apsc.nic.in

APSC Recruitment 2024:

অসমৰ বৈদ্যুতিক পৰিদৰ্শক পদত নিযুক্তিৰ বাবে apsc.nic.in ত এক অধিসূচনা প্ৰকাশ কৰিছে । ইচ্ছুক প্ৰাৰ্থীয়ে ২৬-জুলাই-২০২৪ তাৰিখ বা তাৰ আগতে Online Apply কৰিব পাৰিব । Online Apply কৰিব বাবে আপুনি আপোনাৰ ওচৰৰ CSC Center যোগাযোগ কৰিব ।

APSC Vacancy Details June 2024

Organization Name Assam Public Service Commission (APSC)
Post Details Electrical Inspector
Total Vacancies 02
Salary Rs.30000-110000/- Per Month
Job Location Guwahati – Assam
Apply Mode Online
APSC Official Website www.apsc.nic.in

APSC Recruitment required eligibility details

Educational Qualification:
এ পি এছ চিৰ চৰকাৰী অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকীত ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব ।

Age Limit:

অসম লোকসেৱা আয়োগৰ আবেদন কৰাৰ প্ৰাৰ্থীজনৰ বয়স নূন্যতম ( ০১-জানুৱাৰী-২০২৪ ) তাৰিখৰ ভিতৰত
 ২১ বছৰ আৰু সৰ্বোচ্চ ৩৮ বছৰ হ’ব লাগিব ।

Age Relaxation:

  • অ’বিচি/এমঅ’বিচিৰ প্ৰাৰ্থী কাৰনে ০৩ বছৰ
  • অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থী কাৰনে ০৫ বছৰ
  • পি ডব্লিউ বি ডিৰ প্ৰাৰ্থী বাবে ১০ বছৰ

Application Fee:

  • বিপিএল/পিডব্লিউবিডিৰ প্ৰাৰ্থীবোবে ৪৭.২০/- টকা
  • অনুসূচিত জাতি/অনুসূচিত জাতি/অবিচি/এমঅ’বিচিৰ প্ৰাৰ্থী বাবে ১৯৭.২০/- টকা
  • সাধাৰণ প্ৰাৰ্থী বাবে ২৯৭.২০/- টকা।
  • পেমেণ্ট আপুনি অনলাইন কৰিব পাৰিব 

Selection Process:

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ

How to Apply for APSC Recruitment 2024

যদি আপুনিও আবেদন কৰিব বিচাৰে তেন্তে অফিচিয়েল ৱেবছাইট apsc.nic.in ত অনলাইন আবেদন কৰিব পাৰিব, ২৭-০৬-২০২৪ৰ পৰা ২৬-জুলাই-২০২৪লৈ আৰম্ভ হ’ব

Important Dates:

Start Date to Apply Online 27-06-2024
Last Date to Apply Online 26-Jul-2024
Last Date to pay the Application fee 28-Jul-2024

APSC Notification Important Links

Official Notification PDF Click Now
Apply Online Click Now
Official Website Click Now
APSC Assam Electrical Inspector Exam Buy Now
Assam APSC Buy Now

Note:
    • For any payment-related issues, one can reach the following helpdesk numbers: GRAS Helpline (Telephonic): 1800-212-11-88-66 (From 10:00 AM to 6:00 PM on all working days)
    • For any other issues related to Online Application Form, Contact Phone No: 1800-572-23-43, Email: cceapsc@gmail.com (From 10:00 AM to 5:00 PM on all working days.)
    Tags

    Post a Comment

    0 Comments

    Ads Area

    close