Ads Area

CTET 2022 | কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষাৰ বাবে আজিৰ পৰা আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া; জানক যোগ্যতা আৰু আবেদন মাচুল

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চিটিইটি) ২০২২ ৰ আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব । CTET 2022 ত অৱতীৰ্ণ হ'বলৈ ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ctet.nic.in ত গৈ আবেদন কৰিব লাগিব । CTET 2022 ৰ বাবে আবেদন কৰাৰ শেষ তাৰিখ ২৪ নৱেম্বৰ ২০২২ । আনহাতে, আবেদন মাচুল ২৫ নৱেম্বৰলৈকে জমা কৰিব পাৰিব ।

CTET 2022

CTET 2022 ৰ বাবে আবেদন মাচুল

সাধাৰণ আৰু অন্যান্য পিছপৰা জাতিৰ প্ৰাৰ্থী ১০০০ টকা
সাধাৰণ আৰু অন্যান্য পিছপৰা জাতিৰ প্ৰাৰ্থী ১২০০ টকা
অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দিব্যাং ৫০০ টকা
অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দিব্যাং ৬০০ টকা

প্ৰয়োজনীয় যোগ্যতা

CTET ৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা B.Ed বা D.El Ed হ'ব লাগিব । CTET ৰ পাঠ্যক্ৰম, ভাষা, আবেদনৰ যোগ্যতাকে ধৰি অন্যান্য সবিশেষ বিশদভাৱে প্ৰকাশ পোৱাৰ পিছত বিতংভাৱে উপলব্ধ হ’ব ।

Post a Comment

1 Comments
  1. However, 우리카지노 most US on-line roulette tables with live sellers also have lower minimum guess requirements comparability with} physical casinos. Online gambling roulette games can provide far more innovative guidelines and layouts. One of the best on-line roulette games is the live-dealer Lightning Roulette, which provides special visual results and multipliers to supersize your wins.

    ReplyDelete

Ads Area

close