Ads Area

ৰে’লৱেত ওলাইছে চাকৰি, মাহিলী দৰমহা ৯১হাজাৰ…

যিসকলে চাকৰি বিচািৰি আছে তেওঁলোকৰ বাবে ভাৰতীয় ৰেলৱেই আনিছে এটা ভাল খবৰ ।  ৰেলৱে ভৰ্তি চেল আৰু পশ্চিম ৰেলৱেত Railway Recruitment 2022ৰ অধীনত কেইবাটাও পদৰ বাবে আবেদন বিচৰা হৈছে । ইচ্ছুকসকলে ৰেলৱে অফিচিয়েল ৱেবচাইট rrc-wr.comত গৈ এপ্লাই কৰিব পাৰে ।

railway recruitment 2022 assam apply online


Railway Recruitment 2022 ৰ অধীনত ১৬টা পদৰ বাবে আবেদন বিচৰা হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ ৪অক্টোবৰ । ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিশেষ কোনো পৰীক্ষা নিদিয়াকৈয়ে এই পদসমূহত ভৰ্তিৰ প্ৰক্ৰিয়া কৰা হৈছে । যোৱা ৫ছেপ্তেম্বৰৰ পৰা অনলাইন এপ্লাইৰ বাবে মুকলি কৰিছে ৰেলৱেই ।

আবেদনকাৰীৰ বয়স হব লাগিব ১৮ৰ পৰা ২৫বছৰ ।

Apply Online Click Now
Official Notification Click Now

Railway Group D Exam One Liner Current Affairs 800 MCQs Complete Coverage of 18 Months 


https://amzn.to/3d4NmPX

Post a Comment

0 Comments

Ads Area

close