PM Awas Yojana List 2022:
কম উপাৰ্জনকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল এই পদক্ষেপ । দেশৰ দুখীয়াৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা । এই প্ৰকল্পৰ জৰিয়তে চৰকাৰে কম খৰচত দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক ঘৰ-দুৱাৰ প্ৰদান কৰে । কেন্দ্ৰই এই আঁচনিৰ জৰিয়তে একাউণ্টলৈ ধন প্ৰেৰণ কৰে । সমতল অঞ্চলত এটা ঘৰ নিৰ্মাণৰ বাবে ১.২০ লাখ টকা আৰু পাহাৰীয়া অঞ্চলত এটা ঘৰ নিৰ্মাণৰ বাবে ১.৩০ লাখ টকা ।

