Ads Area

এগৰাকী যুৱতীক ধৰ্ষণ ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে , সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰী

ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে এগৰাকী যুৱতীক ধৰ্ষণ, সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰী

ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে এগৰাকী যুৱতীক ধৰ্ষণ, সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰী  এগৰাকী নিঃসহায় যুৱতীৰ সৈতে সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ বিশ্বৰে মানৱ জাতিক অৱনতমস্তক হবলৈ বাধ্য কৰাাইছে। ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে এগৰাকী যুৱতীক ধৰ্ষণ, কিন্তু সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰীয়ে।  সমগ্ৰ দৃশ্য বন্দী হৈ ৰল ৰেলত থকা বিশেষ কেমেৰাত। আৰক্ষীয়ে ঘটনা দেখি নিজেও নিঃসহায় অনুভৱ কৰাৰ লগতে মানুহৰ কাণ্ড দেখি আচৰিত মানিছে। এই ঘটনা আমেৰিকাৰ দৰে এখন উন্নত দেশৰ। য’ত সকলো যাত্ৰীয়ে কেৱল যুৱতীৰ লগত হোৱা সকলো কাণ্ডৰ নিৰৱ দৰ্শক হৈ থাকে।  সামৰ্থ্য থকাৰ পিছতো কোনো এজন লোকেও ধৰ্ষণকাৰীৰ পৰা যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহে । ঘটনা সংঘটিত হয় নিশা প্ৰায় ১১ মান বজাত। পিছে ঘটনা সন্দৰ্ভত ৰেল বিভাগে সেই চাৰ্ভিচ কেমেৰাৰে সকলো দৃশ্য দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।  আৰক্ষীয়ে লগে লগেই পিছৰটো ৰেল ষ্টেচনত উপস্থিত হৈ ৩৫ বৰ্ষীয় ফিষ্টন নামৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত আকক্ষীয়ে মন্তব্য কৰে যে, লিখা পঢ়া লোক হোৱাৰ পিছতো সকলো যাত্ৰীয়ে নিজৰ চকুৰ সমুখত হৈ থকা এনে ঘৃণনীয় কাণ্ডত হাত সাৱতি বহি থকাতো মানৱ জাতিৰ বাবে অতি লজ্জাজনক।


এগৰাকী নিঃসহায় যুৱতীৰ সৈতে সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ বিশ্বৰে মানৱ জাতিক অৱনতমস্তক হবলৈ বাধ্য কৰাাইছে । ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে এগৰাকী যুৱতীক ধৰ্ষণ, কিন্তু সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰীয়ে ।

সমগ্ৰ দৃশ্য বন্দী হৈ ৰল ৰেলত থকা বিশেষ কেমেৰাত । আৰক্ষীয়ে ঘটনা দেখি নিজেও নিঃসহায় অনুভৱ কৰাৰ লগতে মানুহৰ কাণ্ড দেখি আচৰিত মানিছে । এই ঘটনা আমেৰিকাৰ দৰে এখন উন্নত দেশৰ। য’ত সকলো যাত্ৰীয়ে কেৱল যুৱতীৰ লগত হোৱা সকলো কাণ্ডৰ নিৰৱ দৰ্শক হৈ থাকে ।

সামৰ্থ্য থকাৰ পিছতো কোনো এজন লোকেও ধৰ্ষণকাৰীৰ পৰা যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহে । ঘটনা সংঘটিত হয় নিশা প্ৰায় ১১ মান বজাত । পিছে ঘটনা সন্দৰ্ভত ৰেল বিভাগে সেই চাৰ্ভিচ কেমেৰাৰে সকলো দৃশ্য দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে ।

ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে এগৰাকী যুৱতীক ধৰ্ষণ, সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰী  এগৰাকী নিঃসহায় যুৱতীৰ সৈতে সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ বিশ্বৰে মানৱ জাতিক অৱনতমস্তক হবলৈ বাধ্য কৰাাইছে। ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীৰ সমুখতে এগৰাকী যুৱতীক ধৰ্ষণ, কিন্তু সহায়ৰ সলনি চকু মুদি থাকিল সকলো যাত্ৰীয়ে।  সমগ্ৰ দৃশ্য বন্দী হৈ ৰল ৰেলত থকা বিশেষ কেমেৰাত। আৰক্ষীয়ে ঘটনা দেখি নিজেও নিঃসহায় অনুভৱ কৰাৰ লগতে মানুহৰ কাণ্ড দেখি আচৰিত মানিছে। এই ঘটনা আমেৰিকাৰ দৰে এখন উন্নত দেশৰ। য’ত সকলো যাত্ৰীয়ে কেৱল যুৱতীৰ লগত হোৱা সকলো কাণ্ডৰ নিৰৱ দৰ্শক হৈ থাকে।  সামৰ্থ্য থকাৰ পিছতো কোনো এজন লোকেও ধৰ্ষণকাৰীৰ পৰা যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহে । ঘটনা সংঘটিত হয় নিশা প্ৰায় ১১ মান বজাত। পিছে ঘটনা সন্দৰ্ভত ৰেল বিভাগে সেই চাৰ্ভিচ কেমেৰাৰে সকলো দৃশ্য দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।  আৰক্ষীয়ে লগে লগেই পিছৰটো ৰেল ষ্টেচনত উপস্থিত হৈ ৩৫ বৰ্ষীয় ফিষ্টন নামৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত আকক্ষীয়ে মন্তব্য কৰে যে, লিখা পঢ়া লোক হোৱাৰ পিছতো সকলো যাত্ৰীয়ে নিজৰ চকুৰ সমুখত হৈ থকা এনে ঘৃণনীয় কাণ্ডত হাত সাৱতি বহি থকাতো মানৱ জাতিৰ বাবে অতি লজ্জাজনক।


আৰক্ষীয়ে লগে লগেই পিছৰটো ৰেল ষ্টেচনত উপস্থিত হৈ ৩৫ বৰ্ষীয় ফিষ্টন নামৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰৰ পিছত আকক্ষীয়ে মন্তব্য কৰে যে, লিখা পঢ়া লোক হোৱাৰ পিছতো সকলো যাত্ৰীয়ে নিজৰ চকুৰ সমুখত হৈ থকা এনে ঘৃণনীয় কাণ্ডত হাত সাৱতি বহি থকাতো মানৱ জাতিৰ বাবে অতি লজ্জাজনক ।

Tags

Post a Comment

0 Comments

Ads Area

close