Ads Area

Google search Engine ত পৰ্ণ ছাৰ্চ কৰাৰ শীৰ্ষত আছে ৩ খন চহৰ

দেশত প্ৰায় পাঁচ বছৰৰ পৰা পৰ্ণ চাইটসমূহ নিষিদ্ধ হৈ আছে । এইবোৰত সাধাৰণতে ৮৫০ তকৈও অধিক ছাইট অন্তৰ্ভুক্ত থাকে । কিন্তু ইমান নিষিদ্ধতাৰ পাছতো পৰ্ণ ভিডিঅ’ চোৱা বন্ধ হোৱা নাই । শেহতীয়াকৈ এক আচৰিত তথ্য পোহৰলৈ আহিছে । গুগলত পৰ্ণ ভিডিঅ’ সন্ধানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে মহাৰাষ্ট্ৰৰ তিনিখন চহৰ প্ৰথম তিনিটা স্থানত আছে । এই চহৰবোৰ হৈছে পুনে, নাছিক আৰু নাগপুৰ । 

Google search Engine

ইয়াতকৈ আচৰিত যে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ উপৰিও, মহিলাসকলে গুগলত যথেষ্ট সংখ্যক পৰ্ণ ভিডিঅ’ৰ অনুসন্ধান কৰে । অৰ্থাৎ যুৱসকলৰ উপৰিও, মহিলাসকলে যথেষ্ট সংখ্যক অনুসন্ধান চলাইছে । লগতে তথ্য মতে বহুতো বৃদ্ধ লোকেও এই পৰ্ণ ভিডিঅ’ বা ফটোৰ বাবে বিভিন্ন ছাইটত লগইন কৰিছে । বিভিন্ন প্ৰকাৰৰ বিজ্ঞাপন দি বহুতো বৃদ্ধ লোকক, বিশেষকৈ ৱেব ছাইটত প্ৰতাৰণা কৰাৰ ঘটনাও বৃদ্ধি পাইছে ।

পোনপটীয়াকৈ ফোনযোগে নগ্ন ফটো বা ভিডিঅ প্ৰস্তুত কৰি ঠগ বা প্ৰবঞ্চনা কৰি লাখ লাখ টকা লোৱা ।

২০২০ চনৰ জানুৱাৰীত ‘পৰ্ণ হাবে’ প্ৰকাশ কৰা তালিকাত ভাৰত এক নম্বৰ স্থানত আছিল ছাইটসমূহৰ ওপৰত নিষেধাজ্ঞা থকা স্বত্বেও 

ইপিনে এই ছাইটবোৰ নিষিদ্ধ কৰাৰ পিছতো, ছাইটবোৰ নাম সলনি কৰা হয় আৰু পুনৰ উপলব্ধ হয় ।

Tags

Post a Comment

0 Comments

Ads Area

close