Assam Minorities Development Board
Goverment Scheme 2023-24
Free Sewing Machine, Free E-Rickshaw, Free Fashion Design Machine And Free Automatic Paper Plate Making Machine প্ৰদান কৰি আছে । তলত সম্পূৰ্ণ বিবৰণ দিয়া হৈছে ।
অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্রী বিতৰণৰ বাবে অৰ্থ-সাহাৰ্য্যৰে অসমৰ স্হায়ী বাসিন্দাৰ অধিসূচীত ধর্মীয় সংখ্যালঘু (মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী) সম্প্ৰদায়ৰ বাবে
- E-Rickshaw ( মুঠ খৰচৰ ৮০% চৰকাৰী অনুদান আৰু ২০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব )
- Sewing Machine,
- Fashion Design Machine
- Automatic Paper Plate Making Machine
ওপৰত দিয়া সামগ্রী সমূহ সম্পূর্ণ বিনামুলিয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে । আবেদনকাৰি সকলৰ বছেৰকীয়া আয় তিনি লাখ (৩.০০ লাখ) টকাতকৈ অধিক হ'ব নোৱাৰিব ৷ আবেদনকাৰি সকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনৰ লগতে যাৱতীয় নথি-পত্ৰ আপলোড়
কৰিব লাগিব । ইয়াৰ উপৰিও এই নথি-পত্ৰ সমূহৰ ফটোকপি মূল কপি বাছনি প্ৰক্ৰিয়াৰ সময়ত লৈ আহিব লাগিব । বাছনিকৃত আবেদনকাৰী সকলক অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা জনোৱা হ'ব । ইচ্ছুক আবেদনকাৰি সকল তথা আত্ম সহায়ক গোট সমুহক অহা ১৭/০১/২০২৪ তাৰিখৰ ভিতৰত https://amdb.assam.gov.in ( Assam Minorities Development Board ) ৱেবচাইটত অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব । অসম্পূর্ণ আবেদন প্ৰ-পত্র গ্রহনযোগ্য নহ'ব ।
অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব ।
| Scheme Name | Qualification |
|---|---|
| E - Rickshaw |
|
| Sewing Machine |
|
| Fashion Design Machine |
|
| Automatic Paper Plate Making Machine |
|
Note 👇👇
- The above schemes will be implemented by Assam Minorities Development Board subject to receipt of FOC from the Govt.
- All the documents as mentioned above should be received from Competent authority and must be uploaded.
- For any official clarification: Cell No. 7635998002 (M)
Document Required
| Identity Proof | Voter ID, Aadhaar Card, Pan Card ( PDF only max 500 kb ) |
| Address Proof | Aadhaar Card PDF Only |
| Community Certificate | Except Muslim |
| BPL Certificate | ( PDF only max 500 kb ) |
| Caste Certificate | ( PDF only max 500 kb ) |
| Income Certificate | ( PDF only max 500 kb ) |
| Age Proof | Admit Card of HSLC |
| Qualification Proof | HSLC, HS, Graduation Marksheet ( PDF only max 500 kb ) |
| Photo | ( JPG only max 100 kb ) |
| Signature | ( JPG only max 100 kb ) |
Last Date ↪️ 17-01-2024
Category
তলত দিয়া Category কেইটা ভিতৰত যদি আপুনি পৰে তেন্তে আপুনিও নিজৰ বাবে Sila Machine নাইবা E-RICKSHAW নিজৰ মোবাইলতে আবেদন কৰিবলৈ পাৰিব । আৰু যদি আত্মসহায়ক গোটৰ সদস্য আপুনি তেন্তে আপুনি Fashion Design Machine আৰু Automatic Paper Plate Making Machine আবেদন কৰিবলৈ পাৰিব ।
- Buddhist
- Christan
- Jain
- Muslim
- Parsi
- Sikh


