HPCL Technicians Recruitment 2022 : আবেদনৰ তাৰিখ
প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে । প্ৰাৰ্থীসকলে আগন্তুক ২১ মে’ ২০২২ৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব । অনলাইন আবেদন কৰিব লাগিব । অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ । এই সম্পৰ্কীয় কিবা সালসলনি থাকিলে নটিচৰ জৰিয়তে অৱগত কৰোৱা হ’ব ।
খালী পদৰ সংখ্যা
প্ৰতিষ্ঠানৰ ফালৰ পৰা ১৮৬টা খালী পদ আছে বুলি জনোৱা হৈছে । ইয়াৰ ভিতৰত
- অপাৰেচন টেকনিচিয়ান – ৯৪টা,
- বয়লাৰ টেকনিচিয়ান – ১৮টা,
- মেইনটেইনেন্স টেকনিচিয়ান – ৪০টা,
- লেব এনালিষ্ট – ১৬টা আৰু
- ফায়াৰ এণ্ড ছেফটি ইন্সপেক্টৰ – ১৮টা ।
সম্পূৰ্ণ তথ্য :
| সংস্থা |
হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (Hindustan Petroleum Corporation Limited) |
| পদৰ নাম |
অপাৰেচন টেকনিচিয়ানসহ অন্যান্য |
| খালী পদৰ সংখ্যা |
১৮৬ টা |
| কামৰ স্থান |
ভাৰত |
| নিৰ্বাচন পদ্ধতি |
কম্পিউটাৰ ভিত্তিক অনলাইন লিখিত পৰীক্ষা |
| আবেদনৰ শেষ দিন |
২১.০৫.২০২২ |
HPCL Technicians Recruitment 2022 (আবেদনৰ যোগ্যতা) :
স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউটৰ পৰা নিৰ্দিষ্ট ট্ৰেডত পূৰ্ণকালীন ডিগ্ৰী থাকিব লাগিব ।
HPCL Technicians Recruitment 2022: আবেদন মাচুল
আবেদনৰ যোগ্যতা, বয়সসীমা, বেতন আৰু অন্যান্য বিষয় প্ৰাৰ্থীসকলে লাভ কৰিব এই লিংকত ক্লিক কৰিলে– জেনেৰেল, অ’বিচি–এনচি আৰু ইডব্লিউএছ প্ৰাৰ্থীসকলে ৫৯০ টকা আবেদন মাচুল দিব লাগিব । এছচি, এছটি আৰু শাৰীৰিক প্ৰতিবন্ধীসকলে কোনো আবেদন মাচুল দিব নালাগে ।