Ads Area

BA পাছ কৰিলে ৫হাজাৰ আৰু MA পাছ কৰা সকলক চৰকাৰে দিব ৭৫০০টকাকৈ, কেনেকৈ কৰিব আবেদন…

নিবনুৱা যুৱক-যুৱতীক সকাহ দিব পৰা এক খবৰ। কাম-বন নাপাই ঘৰত এনেয়ে থকা যুৱক-যুৱতীক মাহিলী এক ভাত্তা দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। বি এ পাছ কৰা সকলক মাহিলী ৫হাজাৰ আৰু এম এ পাছ কৰা সকলক মাহিলী ৭৫০০টকাকৈ দিয়াৰ পদক্ষেপ লৈছে চৰকাৰে। প্ৰতিটো মাহত নিবনুৱা যুৱক-যুৱতীসকলে লাভ কৰিব এই Unemployment Allowance।

BA পাছ কৰিলে ৫হাজাৰ আৰু MA পাছ কৰা সকলক চৰকাৰে দিব ৭৫০০টকাকৈ, কেনেকৈ কৰিব আবেদন…


এই ভাত্তা পাবৰ বাবে এমপ্লয়ি এক্সচেঞ্চত নামভৰ্তি কৰিব লাগিব। কোনো এক সংস্থাপন নোপোৱালৈকে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰি থকা হব এই Unemployment Allowance। উল্লেখ কৰিব লাগিব যে, দিল্লী চৰকাৰে নিবনুৱা সকলৰ বাবে এই ব্যৱস্থা মুকলি কৰিছে। https://jobs.delhi.gov.in/ এই লিংকত গৈ ইয়াৰ বাবে আবেদন কৰাৰ সুবিধাও কৰি দিছে দিল্লী চৰকাৰে। কেৱল দিল্লীয়ে নহয় দেশৰ কেইবাখনো ৰাজ্যত এই সুবিধা আছে।


Post a Comment

0 Comments

Ads Area

close