Ads Area

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

  1. মেষ:---- দিনটোত বিশেষ সাৱধানেৰে চলা ভাল বিদ্যার্থীসকল অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫ ৷
  2. বৃষ:---  বন্ধু–ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে ৷ দাম্পত্যত মত বিৰোধ ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭ ৷
  3. মিথুন:--- পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব ৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ ৷ শুভ ৰং ৰহা ৷ শুভ সংখ্যা ৯ ৷
  4. কর্কট:---- পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব ৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২ ৷
  5. সিংহ:---- ঘৰুৱাত কিছু ভালেই দেখা যায় ৷ দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে ৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা ৷ প্রেমত আনন্দ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬ ৷
  6. কন্যা:--- কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো বুলিও অলপ বাধাগ্রস্ত য’ত দাম্পত্যত সুখ৷ ৰাজনীতিক বিশেষ সতর্ক হওক ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮ ৷
  7. তুলা:---- প্রায়বোৰ কথাত মন নিদিয়াই ভাল ৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব ৷ ‘শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩ ৷
  8. বৃশ্চিক:--- কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম ৷ আশাকৰা কোন যোগাযোগত উপকৃত হ’ব পাৰে ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮ ৷
  9. ধনু:---- খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব ৷ বিদ্যাত বেয়া নহ’ব প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯ ৷
  10. মকৰ:--- ক্রমে দিনটো উন্নত অনুভৱ কৰিব ৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১ ৷
  11. কুম্ভ:--- পুৱা ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যায় ৷ বিদ্যাত কিছু আশাপ্রদ ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬ ৷
  12. মীন:---- কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব ৷ বেংক কর্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে ৷ প্রেম–প্রণয়ে সাময়িক বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩ ৷
Tags

Post a Comment

0 Comments

Ads Area

close