Ads Area

SEBA HSLC & AHM Results 2021 কেনেদৰে চাব

Assam Board Class 10 Result 2021: 

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী হৈছে ৪,২৬,৫৫৩ গৰাকী আৰু হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী । ১৪ টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল । আপুনি এইসমূহ Websiteত ফলাফল চাব পাৰিব । 

হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা ফলাফল ৩০ জুলাই মানে আজি তাৰিখত দিনৰ 11 বজাত ঘোষণা কৰিব । আপুনি তলত দিয়া Website ৰ জৰিয়তে আপোনাৰ Results বোৰ চাবলৈ পাৰিব ।

SEBA HSLC & AHM Results 2021

মোবাইল এপযোগেও ফলাফল সমূহ উপলব্ধ হ'ব 'SEBA Results 2021' ত আৰু ৱেবছাইট যোগে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব তলত দিয়া ৱেবছাইট সমূহৰ পৰা । 
Website Link👇👇👇 :----

     11. Assamresults.in
     12. Iresults.net
     13. Necareer.com
     14. Jagranjosh.com

Best of Luck  

Post a Comment

0 Comments

Ads Area

close